মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

কল্যাণ আচঁনি: সাংবাদিকসকলৰ ক্ষমতায়ন

গণৰাজ্য দিৱস সাংবাদিকতা বঁটা

তথ্য আৰু জনসংযোগ বিভাগে গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা প্ৰৱৰ্তন কৰিছে। প্ৰতিবছৰে এই বঁটা সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে এগৰাকী সাংবাদিকলৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এই বছৰ অসমৰ প্ৰসিদ্ধ সাংবাদিক ৰাধিকামোহন ভাগৱতীলৈ এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।