মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

ৱান টাইম এক্স-গ্ৰেচিয়া

  • এগৰাকী সাংবাদিকে তেওঁৰ সেৱা প্ৰদানৰ মাজতে মৃত্যুবৰণ কৰিলে সাংবাদিকগৰাকীৰ নিকট আত্মীয়লৈ অসম চৰকাৰে তিনি লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২০১৬-১৭ বৰ্ষৰ বাজেটত ইয়াৰ বাবে ১৩৫ লক্ষ টকা যোগান ধৰা হৈছে।

    মৃত্যু হোৱা সাংবাদিকৰ ৩২ জনীয়া নিকট আত্মীয়ৰ এখন তালিকা ইতিমধ্যে যুগুত কৰি উলিওৱা হৈছে আৰু চৰকাৰে ৯৬ লক্ষ টকাৰ অনুমোদন দিছে। অনতিপলমে এয়া প্ৰদান কৰা হ’ব।