মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

প্ৰকাশন

  •  

    তথ্য আৰু জনসংযোগ বিভাগে চৰকাৰৰ বিভিন্ন কাৰ্য্যসূচী, পৰিকল্পনা, কৃতিত্ব, বিভিন্ন সম্প্ৰদায়ৰ পৰম্পৰা আৰু সংস্কৃতি, ৰাজ্যৰ বিভিন্ন গুৰুত্তপূৰ্ণ ঠাইৰ বিৱৰণ, উৎসৱ ইত্যাদিৰ বিষয়ে প্ৰকাশ কৰি আহিছে। ইয়াৰ বাবে বিভাগে পষেকীয়া আলোচনী ‘ৰাইজৰ বাতৰি’ প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে চৰকাৰৰ বিভাগীয় পৰিকল্পনা আৰু কাৰ্য্যসূচীসমূহৰ বা-বাতৰি জনসাধাৰণৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে।

    বিত্তীয় বৰ্ষ ২০১৬-১৭

    বিভাগে প্ৰকাশ কৰি উলিয়াইছে:

    • অসমা, অসম ইনফৰমেশ্যন
    • টেবুল কেলেণ্ডাৰ (ইংৰাজী আৰু অসমীয়া বৰ্ষ)
    • অসম ইয়েৰ বুক ২০১৬
    • টেলিগাইড ২০১৬
    • ফোল্ডাৰ (টাইপ ১,২,৩)

    শেহতীয়াকৈ বিভাগে অসমা, অসম ইনফৰমেশ্যন, অসমীয়া বছৰৰ কেলেণ্ডাৰ আৰু অসম ইয়েৰ বুক ২০১৬ ৰ প্ৰকাশ বন্ধ কৰিছে।

    বিত্তীয় বৰ্ষ ২০১৭-১৮

    বিভাগে প্ৰকাশৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে:

    • টেবুল কেলেণ্ডাৰ (ইংৰাজী বৰ্ষ)
    • অসমীয়া বছৰৰ কেলেণ্ডাৰ
    • অসম ইয়েৰ বুক ২০১৮
    • টেলিগাইড ২০১৮
    • ফোল্ডাৰ (টাইপ ১,২,৩)
    • কৃতিত্বৰ পুথি
    • পত্ৰিকা